যদি এটা ঘনকৰ এটা বাহুৰ দৈৰ্ঘ S হয় তেন্তে ঘনকটোৰ মুঠ পৃষ্ঠ কালি হব -

A.  \(6S^2\) একক   B. \(6S^3\) ঘন একক C. \(S^3\) ঘন একক D. \(6S^2\)বৰ্গ একক

যদি এটা গোলকৰ ব্যাসাৰ্ধ R হয় তেন্তে গোলকটোৰ মুঠ পৃষ্ঠ কালি হব -

A. \(\pi R^2\)     B.\(4\pi R^2\)   C. \({4\over3}\pi R^3\)      D. \({4\over3}\pi R^2\)

এটা বৃত্তৰ ব্যাসাৰ্ধ R হ'লে বৃত্তটোৰ কালি?

A. \(\pi R^3\)       B. \(\pi R^2\)       C. \(2\pi R^2\)  D. \({\pi R^2}\over2\)

এটা বিন্দুৰ স্থানাংক যদি (-9, -5) হয়, তেন্তে সংখ্যাটো কোনটো চকত থাকিব?

অৰুনোদই কোন চনত প্ৰকাশ পাইছিল?

উৎপাদিকা শক্তি নথকা মাটি?

সুপ্ত শব্দৰ অৰ্থ কি?

জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল?

"প্ৰতিমাখন সৰু, নিভাজ সোণৰ" এই মন্তৱ্যটি কোনে আগবঢ়াইছিল?

"ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি" এই গ্ৰন্থখনৰ ৰচক কোন?

Submit