তলৰ কোনবিধ পুখুৰীত থকা সাধাৰণ বিয়োজক নহয়?

তলৰ কোনবিধ উদ্ভিদ প্লাৱক নহয়?

বৰ্তমান ভাৰতত _________ কেন্দ্ৰীয়া শাসিত অঞ্চল আছে।

তলৰ কোনবিধ প্ৰাণী প্লাৱক নহয়?

তৃণভুমি অঞ্চলত বছৰি প্ৰায় _____________ বৰষুণ হয়।

আলি আঃয়ে লৃগাং অসমৰ ____ জনগোষ্ঠীৰ এক উৎসৱ।

_____ সকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে।

টুচু পূজা হৈছে ________সকলৰ এক প্ৰধান মাংগলিক উৎসৱ।

পুখুৰীত _____ ধৰণৰ উপভোক্তা পোৱা যায়।

বাইখো পূজা অসমৰ ____ জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ।

Submit