_____ সকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে।
বাইখো পূজা অসমৰ ____ জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ।
তলৰ কোনবিধ উদ্ভিদ প্লাৱক নহয়?
টুচু পূজা হৈছে ________সকলৰ এক প্ৰধান মাংগলিক উৎসৱ।
তৃণভুমি অঞ্চলত বছৰি প্ৰায় _____________ বৰষুণ হয়।
বৰ্তমান ভাৰতত _________ কেন্দ্ৰীয়া শাসিত অঞ্চল আছে।
তলৰ কোনবিধ পুখুৰীত থকা সাধাৰণ বিয়োজক নহয়?
আলি আঃয়ে লৃগাং অসমৰ ____ জনগোষ্ঠীৰ এক উৎসৱ।
পুখুৰীত _____ ধৰণৰ উপভোক্তা পোৱা যায়।
তলৰ কোনবিধ প্ৰাণী প্লাৱক নহয়?