মেৰিয়ানা খাদ _______ মহাসাগৰত অৱস্থিত।

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় _________।

পয়ালগা ৰোগ ______ ভিটামিনৰ অভাৱত হয়।

________ সভ্যতা ইউফ্ৰেটিছ আৰু টাইগ্ৰীচ নদীৰ পাৰত গঢ়লৈ উঠিছিল।

মূখ্য দ্ৰাঘিমা ৰেখা ডালৰ মান?

শৰীৰত ______ ভিটামিনৰ অভাৱ হ'লে, শৰীৰৰ কটা-চিঙাৰ তেজ সোনকালে বন্ধ নহয়।

আন্তজাৰ্তিক জ্যোতিৰ্বিজ্ঞান সংস্থাই ______ গ্ৰহক বাওনা গ্ৰহ বুলি কৈছিল।

________ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত উলম্ব ভাৱে পৰে?

বায়ুমণ্ডলৰ _______ স্তৰত মেঘ, বৰষুণ আৰু বতাহৰ সৃষ্টি হয়।

_______ চনত অসমৰ প্ৰথমখন চাহ বাগিছা স্থাপন হৈছিল।

Submit