শংকৰদেৱে অসমীয়া আৰু ______ ভাষাত ধৰ্মশাস্ত্ৰবোৰ ৰচনা কৰিছিল।
ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক ৰামানন্দৰ শিষ্যসকলৰ অন্যত্ম আছিল _____।
স্বৰ্গদেউ ৰূদ্ৰসিংহই ______ত ৰাজধানী পাতিছিল
১৬৮২ চনত ______ত আহোম আৰু মোগলৰ শেষ যুদ্ধ হৈছিল।
কামৰূপত ৰাজত্ব কৰা পালবংশৰ শেষ ৰজা জন আছিল ______।
আলভাৰছ সকলৰ সংকলিত সাহিত্য সম্ভাৰক _____ বুলি কোৱা হয়।
_____ চনত শৰাইঘাটত আহোমসকলে ৰাম সিংহক পৰাস্ত কৰিছিল।
_____ চনত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল।
দাক্ষিণাত্যত ভক্তি আন্দোলনৰ ধাৰা ১১শতিকা পৰ্যন্ত বৰি আছিল। ইয়াৰ মূখ্য পৃষ্ঠ পোষক আছিল _______।
উৎপত্তিৰ এটি আখ্যান অনুসৰি আহোমসকল _______ৰ বংশধৰ