১৬৮২ চনত ______ত আহোম আৰু মোগলৰ শেষ যুদ্ধ হৈছিল।

কামৰূপত ৰাজত্ব কৰা পালবংশৰ শেষ ৰজা জন আছিল ______।

দাক্ষিণাত্যত ভক্তি আন্দোলনৰ ধাৰা ১১শতিকা পৰ্যন্ত বৰি আছিল। ইয়াৰ মূখ্য পৃষ্ঠ পোষক আছিল _______।

উৎপত্তিৰ এটি আখ্যান অনুসৰি আহোমসকল _______ৰ বংশধৰ

  ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক ৰামানন্দৰ শিষ্যসকলৰ অন্যত্ম আছিল _____।

শংকৰদেৱে অসমীয়া আৰু ______ ভাষাত ধৰ্মশাস্ত্ৰবোৰ ৰচনা কৰিছিল।

_____ চনত শৰাইঘাটত আহোমসকলে ৰাম সিংহক পৰাস্ত কৰিছিল।

স্বৰ্গদেউ ৰূদ্ৰসিংহই ______ত ৰাজধানী পাতিছিল

_____ চনত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল।

আলভাৰছ সকলৰ সংকলিত সাহিত্য সম্ভাৰক _____ বুলি কোৱা হয়।

Submit