তলৰ কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?

সাগৰৰ সাঁতুৰিব পৰা প্ৰাণী বিধ ______ ভাগত পৰে।

সাগৰীয় প্ৰাণীবোৰক তিনিটা ভাগত ভগাব পাৰি _________।

সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ সমকোণীয় অৱস্থানৰ ফলত হোৱা জোৱাৰক ____ বোলে।

সাধাৰণতে শীতল পানীৰ সোঁত উৎপত্তি হয় _______।

সৌৰশক্তি ___________।

২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় _____

চুনামি শব্দৰ অৰ্থ হ'ল _______।

২০১১ চনত পৃথিৱীৰ জন সংখ্যা আছিল প্ৰায় ______।

প্ৰাকৃতিক সম্পদ: _______________।

Submit