২০১১ চনত পৃথিৱীৰ জন সংখ্যা আছিল প্ৰায় ______।
তলৰ কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?
চুনামি শব্দৰ অৰ্থ হ'ল _______।
সাধাৰণতে শীতল পানীৰ সোঁত উৎপত্তি হয় _______।
২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় _____
সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ সমকোণীয় অৱস্থানৰ ফলত হোৱা জোৱাৰক ____ বোলে।
সৌৰশক্তি ___________।
সাগৰৰ সাঁতুৰিব পৰা প্ৰাণী বিধ ______ ভাগত পৰে।
সাগৰীয় প্ৰাণীবোৰক তিনিটা ভাগত ভগাব পাৰি _________।
প্ৰাকৃতিক সম্পদ: _______________।