অসমীয়া ভাষাত বন্ধনী কেইপ্ৰকাৰৰ?

যি সমাসত সমাস হোৱা শব্দটোৱে পদকেইটাৰ একো অৰ্থ নুবুজাই আন এটা অৰ্থ বিশেষক বুজায়, তাকে ____ সমাস বোলে।

অহৰ্নিশ শব্দৰ অৰ্থ

দাৰি আৰু কমা যতি চিহ্ন উদ্ধৃতিৰ ক’ত ব্যৱহাৰ হয়?

অসমীয়া ভাষাত লিংগ কেইপ্ৰকাৰৰ?

ডব্লিউ. এম. ৰায়বাৰ্ণৰ মতে, “মাতৃভাষা একাধাৰে সজুলি, আনন্দ, সুখ আৰু ____ ৰ উৎস।

কোনো কথাত সন্দেহ থাকিলে বাক্যত কি যতিচিন ব্যৱহাৰ হয়?

ভাৱৰ সৈতে কিহৰ সম্পৰ্ক আছে?

“মানুহে লয়লাসে আৰু সতেজভাৱে তেওঁৰ মাতৃভাষাৰ অবিহনে ভাৱিব নোৱাৰে।” এই কথাষাৰ _____য়ে কৈছিল?

প্ৰতক্ষ্য উক্তিত থকা “ইয়াত” শব্দটো পৰোক্ষ উক্তিত কিদৰে ব্যৱহাৰ হয়(যদি ৰূপ সলনি নহয়)

Submit