গ্ৰীয়াৰছনৰ মতে, মাগধী অপভ্ৰংশ দৰাচলতে কেইটা দিশত গতি কৰিছে?

ভাষাৰ আঞ্চলিক ৰূপক কি বোলে?

অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে প্ৰধানত কেইটা মতবাদ পোৱা যায়

অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ স্তৰ কেইটা?

ডঃ বাণীকান্ত কাকতিৰ গৱেষণামূলক পত্ৰখনৰ নাম কি?

প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?

অসমীয়া লিপিৰ জন্ম কেতিয়া হৈছিল?

কোন চনত নামনি অসম আহোম সাম্ৰাজ্যৰ অন্তৰ্গত হয়?

অৰুনোদই কেতিয়া প্ৰথম প্ৰকাশ পাইছিল?

ডঃ বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল-

Submit