"অন্তদৰ্শনৰ" তলৰ কোনটোৰ লগত নিৰ্ভৰশীল

এজন সফল শিক্ষক হবলৈ নিশ্চয়কৈ হোৱা উচিত -

কোন চনত বিনে-চাইমনে বুদ্ধিৰ প্ৰথম অভীক্ষা আগবঢ়াইছিল?

ইশ্বৰ ভাই পেটেল কমিটিয়ে কোন শ্ৰেণীৰ পাঠ্যসূচীৰ অনুমোদন জনাইছিল

শিশুৰ বিকাশক প্ৰভাৱিত কৰা ৩টা কাৰক হ'ল -

সাধাৰণতে শিশুৰ মগজুৱে পৰিপূৰ্ণ বিকাশ লাভ কৰে -

এজন ছাত্ৰই যদি আপোনাক তেওঁৰ ঘৰলৈ যাবলৈ অনুৰোধ কৰে, তেতিয় আপুনি?

জ্ঞান, অভিজ্ঞতা আৰু গৱেষণাৰ উপৰিও শিক্ষাদানত আৰু কিহৰ প্ৰয়োজন?

"Physique and Character" গ্ৰন্তখনৰ লেখক কোন?

এজন শিক্ষক হিচাপে শিক্ষকৰ দৰমহা বৃদ্ধিৰ বাবে আপুনি কি কৰিব

Submit