Formative Education এ বুজায়

শিশুৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিশুক কিমান বছৰলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'য় -

অতি প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তিৰ বুদ্ধ্যাংক(IQ) হ'ল -

বয়সন্ধিকালৰ ব্যক্তিত্ব বিষয়ক ঘাই সমস্যা হ'ল?

নিদানমূলক শিক্ষাৰ এটি শ্লোগান হ'ল -

অসাধাৰণ শিশু বুলি কোনবোৰ শিশুক বুজোৱা হয়?

"Physique and Charcter" এই গ্ৰন্থখনৰ লিখক কোন?

Remedial Teaching ৰ উদ্দেশ্য হ'ল

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ভাৰতত বলবৎ হৈছিল ______ পৰা।

"শিশুৰ বিকাশত প্ৰভাৱ পেলোৱা সকলো কাৰককে 'পৰিৱেশ' আৰু 'বংশানুক্ৰম' এই দুটা ভাগত ভাগ কৰিব পাৰি। এই উক্তিটো কোনে আগবঢ়াইছিল।

Submit