তলৰ কোনটো পৰিৱেশৰ দ্বাৰা শিকনৰ লগত জড়িত মন্তৱ্য নহয়?  

"পৰিৱেশৰ বাবে শিক্ষন" জড়িত হয় -

ভাৰতীয় দৰ্শন মতে "পৃথিৱীৰ সকলো বস্তু একেটা পৰিয়ালৰে অংশ" ইয়াক বোলা হয়?  

শিক্ষাৰ অধিকাৰ অভিৱৰ্তন ১৯৮৯ত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে?

The Habit Agenda 1990ত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে -

  আকাশৰ ৰামধেনুৰ সৌন্দৰ্য মূল্য বিচাৰ কাৰটো হ'ল -

তলৰ কোনটো সামাজিক-সাংস্কৃতিক পৰিৱেশৰ অংশ নহয় -

পৰিৱেশ শিক্ষাই শিশুৰ কি উন্নতিৰ ওপৰত গুৰুত্ব দিয়ে -

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুক এটি সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে কি নিয়ম প্ৰদান কৰিছে -

Environment Ministers Communiqueত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে?

Submit