তলৰ কোনটো সামাজিক-সাংস্কৃতিক পৰিৱেশৰ অংশ নহয় -

পৰিৱেশ শিক্ষাই শিশুৰ কি উন্নতিৰ ওপৰত গুৰুত্ব দিয়ে -

The Habit Agenda 1990ত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে -

"পৰিৱেশৰ বাবে শিক্ষন" জড়িত হয় -

তলৰ কোনটো পৰিৱেশৰ দ্বাৰা শিকনৰ লগত জড়িত মন্তৱ্য নহয়?  

ভাৰতীয় দৰ্শন মতে "পৃথিৱীৰ সকলো বস্তু একেটা পৰিয়ালৰে অংশ" ইয়াক বোলা হয়?  

  আকাশৰ ৰামধেনুৰ সৌন্দৰ্য মূল্য বিচাৰ কাৰটো হ'ল -

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুক এটি সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে কি নিয়ম প্ৰদান কৰিছে -

শিক্ষাৰ অধিকাৰ অভিৱৰ্তন ১৯৮৯ত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে?

Environment Ministers Communiqueত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে?

Submit