"Remedial Teaching"ৰ উদ্দেশ্য হ'ল
তলৰ কোনটো গঠনমূলক মূল্যায়নৰ অন্তৰ্গত নহয়?
শ্ৰেণীত অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধান দ্বায়িত্বত থাকে
পেভেলভে আগবঢ়োৱা অনুবন্ধনৰ তত্বটো আছিল?
প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল ______
বংশগতি নিৰ্ধাৰণ কৰে ________।
"Formative Educationএ বুজায় -
শিকনত উদ্দীপকৰ সংযোগ সাধন হয় -
বিনে-চাইমনে বুদ্ধিৰ প্ৰথম অভীক্ষা আগবঢ়াইছিল _______ চনত।
বিশেষ শিক্ষা ________ৰ লগত জড়িত।