কোনটো স্বাভাৱিক সংখ্যা মৌলিকো নহয়, যৌগিকো নহয় ?
দুটা পৰিমেয় সংখ্যাৰ মাজত _____ পৰিমেয় সংখ্যা পোৱা যায়।
বৃত্তৰ সমমিতি ৰেখা ডালৰ নাম?
ৰোমান পদ্ধতিত লিখা LXXXমান?
0ৰ গুণাত্মক বিপৰীতটো হ'ল ____
এযোৰ যুৰীয়া মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য?
এটা বৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা ______।
পূৰ্ণ সংখ্যাৰ থূপটোৰ ক্ষেত্ৰত 1ৰ পূৰ্বপদ
\({1\over3}-{4\over5}\) ৰ মান?
বৰ্গ এটিৰ সমমিতি ৰেখাৰ সংখ্যা?