দুটা পৰিমেয় সংখ্যাৰ মাজত _____ পৰিমেয় সংখ্যা পোৱা যায়।

0ৰ গুণাত্মক বিপৰীতটো হ'ল ____

ৰোমান পদ্ধতিত লিখা LXXXমান?

এযোৰ যুৰীয়া মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য?

\({1\over3}-{4\over5}\) ৰ মান?

বৰ্গ এটিৰ সমমিতি ৰেখাৰ সংখ্যা?

বৃত্তৰ সমমিতি ৰেখা ডালৰ নাম?

কোনটো স্বাভাৱিক সংখ্যা মৌলিকো নহয়, যৌগিকো নহয় ?

পূৰ্ণ সংখ্যাৰ থূপটোৰ ক্ষেত্ৰত 1ৰ পূৰ্বপদ

এটা বৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা ______।

Submit