ৰম্বাছৰ কালি উলিউৱা সূত্ৰটো _______

সামান্তৰিকৰ পৰিসীমা?

11 PMৰ 3ঘণ্টা 15মিনিট পিছত _____

ত্ৰিভুজৰ কালি ______

মেট্ৰিক পদ্ধতিত দৈৰ্ঘৰ প্ৰাথমিক একক কি?

"ষ্টেটিছটিকছ" শব্দটো আহিছে?

\(9X^2-15XY\div3X\)  =?

দণ্ডলেখ এবিধ ______

1 লিটাৰ= ______

ৰোমান পদ্ধতিত CDVII=?

Submit