মাতৃভাষা জাতি এটিৰ _____ বাহক বা ধাৰক?

তলৰ কোনটো সাহিত্যৰ উদাহৰণ?

"দিয়েক" কেতিয়া ব্যৱহাৰ হয়?

সাহিত্যিক আৰু সাংবাদিক হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা বাতৰিকাকত খনৰ নাম কি?

ভাৰতত কিমানটা ভাষিক পৰিয়াল আছে?

ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন চলচ্চিত্ৰই চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল?

মাধৱ কন্দলিৰ ৰচনাত _______ ভাষাৰ নিদৰ্শন পোৱা যায়।

মাতৃভাষাৰ জ্ঞানে শিশুৰ ______ শক্তি বিকাশত সহায় কৰে। 

উপভাষা একোটা ভাষাৰ ______ ৰূপ।

এটি উপভাষাই মান্যভাষাৰ মৰ্যদা লাভ কৰে, যেতিয়া _______।

Submit