এজন বেপৰীয়ে কল এথোক 375 টকাৰে কিনি আনিলে। তেওঁ যদি কলথোক বেছি 85 টকা লাভ কৰিব বিচাৰে তেন্তে তেওঁ কলথোক কিমান টকাত বিক্ৰি কৰিব লাগিব?
1331ৰ ঘনমূল কিমান?
6, 12, 18ৰ গঃসাঃগুঃ কিমান?
\(X^2+5X+6\) ক X+2ৰে হৰণ কৰিলে হৰণফল হব?
3X+1 > 10 অসমিকৰণটোৰ সমাধান হব ?
\(7X^2YZ, 3X^2YZ\) আৰু \(X^2YZ\)ৰ যোগফল
(A) \(10X^2YZ\) (B) \(11X^2YZ\) (C) \(11X^2Y^2Z\) (D) \(11XYZ\)
দুডাল সমান্তৰাল ৰেখাক এডাল ছেডকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ কোণবোৰ?
এযোৰ সম্পুৰক কোণৰ যোগফল
1500 টকাৰ 4% হাৰ সূতত ২ বছৰৰ সূতমূল কিমান হব?
সমবেগত গৈ থকা চাইকেল এখনে তিনি ঘণ্টাত 45 কিঃমিঃ অতিক্ৰম কৰিলে, ২ঘণ্টাত কিমান দুৰত্ব যাব