আহোম ৰাজত্ব কালৰ পাইক প্ৰথাত এশগোট পাইকৰ ওপৰত এজন ______ আছিল।

হেম সৰস্বতী, কবি ৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ আদিয়ে ____ ভাষাত কাব্য ৰচনা কৰিছিল।

_____ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল।

"হস্তী বিদ্যাৰ্ণৱ" পুথিৰ ৰচনা কোনে কৰিছিল?

পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাসকলক পৰ্বতীয়া জনজাতিসকলৰ পৰা ৰক্ষা কৰাটো _____ প্ৰথাৰ মূল উদ্দেশ্য আছিল।

কোচ ৰজা নৰনাৰয়ণৰ ৰাজত্ব কালত _______য়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল।

আহোমসকলৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ ______ ব্যৱস্থাৰ মিল আছে।

পানীৰ উঁহ খান্দি, নাদ বহুৱাই তাত পাৰা ঢালি পানী ফটফটীয়াকৈ ৰখা পুখুৰীবোৰক _____ বোলা হৈছিল।

ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক আছিল ______

কথা গীতৰ ৰচক কিন আছিল?

Submit