আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-
শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?
কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়
ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয়?
অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটো হ’ল-
দক্ষিণপাৰত চলা উপভাষাটো ব্যৱহাৰ হয়-
তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?
‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।
কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?
মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?
কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?