শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত কিহৰ ভুমিকা আছে?

কবিতাৰ ক্ষেত্ৰত বেছি লাভ দায়ক হ'ল _

শিশুক কোনো কথা শুনোৱাৰ পূৰ্বে পিতৃ-মাতৃ সকলোৱে কি হ্ব লাগে?

বিদ্যালয়ত উচ্চৰণ অনুশীলনৰ বাবে কি ব্যৱস্থা লব পাৰি?

ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে?

বানান বিভ্ৰাণ্টিৰ এটা কাৰণ হ'ল?

শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে?

শিক্ষনৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়?

ল'ৰা-ছোৱালীৰ কাণত পৰা কথা-বতৰাবোৰে কি চৰিত্ৰ গঠন কৰে?

সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশলৰূপে কোন দুটা কৌশল জনা যায়?

Submit