অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হব?

আমুৰ ফেলকন চৰাইবিধে ছাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ ভাৰতৰ কোনখন ৰাজ্যলৈ আহে?

তলৰ কোনখন সংৰক্ষিত এলেকাত এশিঙীয়া গঁড়ৰ ঘনত্ব আটাইতকৈ বেছি?

একলব্য প্ৰাথমিক শিক্ষা আঁচনিৰ সুচনা কিমান চনত হৈছিল?

তলৰ কোনবিধ পক্ষীয়ে আটাইতকৈ বেছি দুৰত্ব পৰিভ্ৰমণ কৰে?

বিভিন্ন বিষয়ৰ সমাহাৰৰ অধ্যয়নেই _________?

শ্ৰেণীকোঠাৰ বাহিৰত শিকোৱা শিকন পাদ্ধতিক _______ বোলা হয়?

ভাৰতৰ প্ৰথম ৰে’লসেৱা কোন দুখন ঠাইৰ মাজত আৰম্ভ হৈছিল?

ভাৰতৰ প্ৰথম শীতল গুদামগৃহ ক’ত স্থাপন কৰা হৈছিল?

ৰেড-ডাটা বুকত তলৰ কোনটো বিষয়ৰ তথ্য পোৱা যায়?

Submit