অজামিল উপাখ্যান কোনে ৰচনা কৰিছিল?

শঙ্কৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম _________ আছিল।

অসমৰ পশ্চিম অঞ্চলৰ উপভাষাক আৰু ___ ভাগত ভগাব পাৰি।

কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

ৰাজসূয় কাব্য কোনে ৰচনা কৰিছিল?

প্ৰাকৃত ভাষা _____ আঞ্চলিক ৰূপত পোৱা যায়।

শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে _____ শাখাৰ পৰা

অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত _ নিদৰ্শন পোৱা যায়।

ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক কেইটা স্তৰত ভাগ কৰা হয়?

Submit