উক্তি সলনি কৰোতে সময় এটি গুৰুত্বপূৰ্ণ কথা হয়নে?

তলৰ কোনটো বাক্য শুদ্ধ?

তলৰ কোনটো শুদ্ধ?

"আপুনি"ৰ লগত কি বিভক্তি লগ লাগে?

তলৰ কোনটো শব্দৰ সন্ধি ভাগিব নোৱাৰি?

তলৰ কোনটো স্বৰ সন্ধি শুদ্ধ বাছি উলিৱাওক

যিবোৰ সন্ধি সিদ্ধ হোৱাৰ কোনো নিয়ম নাথকে তেনে সন্ধিক ______ সন্ধি বোলে।

অসমীয়া ভাষাত স্বভাৱতে পুং-লিংগ বুজোৱা শব্দ কোনটো?

দুৰ্বল জন্তু প্ৰজাতিটোক বুজাবলৈ কি লিংগৰ ব্যৱহাৰ কৰা দেখা যায়

"উক্তি" শব্দটোৱে কি বুজায়?

Submit