ঈশ্বৰ ভাই পেটেল সমিতিয়ে কোন শ্ৰেণীৰ পাঠ্যসূচীক অনুমোদন জনাইছিল?

এজন অভিজ্ঞ শিক্ষকে?

"শিশুৰ বিকাশত প্ৰভাৱ পেলোৱা সকলো কাৰককে পৰিৱেশ আৰু বংশানুক্ৰম এই দুটা ভাগত ভগাব পাৰি" - এই মন্তব্যটো কোনে আগবঢ়াইছিল?

প্ৰশ্ন-উত্তৰ কৌশলৰ জনক?

Physique and Character গ্ৰন্থখনৰ লেখক কোন?

শিক্ষকতা বৃত্তিয়ে - প্ৰদান কৰে।

অনুশিক্ষণ(Micro teaching) কোনটোৰ লগত জড়িত?

কোনো ছাত্ৰই যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে তেতিয়া তেওঁক?

মনোবিজ্ঞানীসকলৰ মতে বয়ঃসন্ধি কাল হ'ল - বছৰ।

সাধাৰণতে শিশুৰ মগজুয়ে পৰিপূৰ্ণতা - বছৰত লাভ কৰে।

Submit