Physique and Character গ্ৰন্থখনৰ লেখক কোন?
কোনো ছাত্ৰই যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে তেতিয়া তেওঁক?
অনুশিক্ষণ(Micro teaching) কোনটোৰ লগত জড়িত?
"শিশুৰ বিকাশত প্ৰভাৱ পেলোৱা সকলো কাৰককে পৰিৱেশ আৰু বংশানুক্ৰম এই দুটা ভাগত ভগাব পাৰি" - এই মন্তব্যটো কোনে আগবঢ়াইছিল?
এজন অভিজ্ঞ শিক্ষকে?
প্ৰশ্ন-উত্তৰ কৌশলৰ জনক?
সাধাৰণতে শিশুৰ মগজুয়ে পৰিপূৰ্ণতা - বছৰত লাভ কৰে।
ঈশ্বৰ ভাই পেটেল সমিতিয়ে কোন শ্ৰেণীৰ পাঠ্যসূচীক অনুমোদন জনাইছিল?
মনোবিজ্ঞানীসকলৰ মতে বয়ঃসন্ধি কাল হ'ল - বছৰ।
শিক্ষকতা বৃত্তিয়ে - প্ৰদান কৰে।