1. 1 ফুট=?
2. \(\pi\)ৰ মান প্ৰায়
3. আটাইতকৈ সৰু মৌলিক সংখাটো কি?
4. এটা সমবাহু চতুৰ্ভুৰ এটা বাহু 8 একক হ'লে সমবাহু ত্ৰিভুজটোৰ উচ্চতা কিমান হব?
A. \(2\sqrt3\) B. \(3\sqrt2\) C.\(4\sqrt3\) D. \(2\sqrt8\)
5. 1 গেলন =?
6. এটা চুঙাৰ ব্যসাৰ্ধ 3 একক আৰু উচ্চতা 4 একক হ'লে চুঙাটোৰ আয়তন হব?
7. 6টা বাহু বিশিষ্ট সুষম বহুভুজ এটাৰ অন্তঃকোণৰ পৰিমাণ?
8. আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখাটো কি?
9. এটা গোলকৰ ব্যাসাৰ্ধ 3 একক হলে, গোলকটোৰ আয়তন কিমান হব?
10. এটা আয়তেক্ষেত্ৰৰ দীঘ 5 একক আৰু প্ৰস্থ 3 একক হ'লে আয়তেক্ষেত্ৰটোৰ কৰ্ণ এডালৰ মাপ কিমান হব?
A.\(\sqrt34\) B. \(\sqrt8\) C.\(\sqrt15\) D. \(\sqrt16\)