1. এটা গোলকৰ ব্যাসাৰ্ধ  3 একক হলে, গোলকটোৰ আয়তন কিমান হব?

2. আটাইতকৈ সৰু মৌলিক সংখাটো কি?

3. আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখাটো কি?

4. 1 গেলন =?

5. এটা আয়তেক্ষেত্ৰৰ দীঘ 5 একক আৰু প্ৰস্থ 3 একক হ'লে আয়তেক্ষেত্ৰটোৰ কৰ্ণ এডালৰ মাপ কিমান হব?
A.\(\sqrt34\)    B. \(\sqrt8\)   C.\(\sqrt15\) D. \(\sqrt16\)

6. 1 ফুট=?

7. এটা চুঙাৰ ব্যসাৰ্ধ 3 একক আৰু উচ্চতা 4 একক হ'লে চুঙাটোৰ আয়তন হব?

8. 6টা বাহু বিশিষ্ট সুষম বহুভুজ এটাৰ অন্তঃকোণৰ পৰিমাণ?

9. এটা সমবাহু চতুৰ্ভুৰ এটা বাহু 8 একক হ'লে সমবাহু ত্ৰিভুজটোৰ উচ্চতা কিমান হব?
A. \(2\sqrt3\)    B. \(3\sqrt2\)     C.\(4\sqrt3\)     D. \(2\sqrt8\)

10. \(\pi\)ৰ মান প্ৰায়

Submit