পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা আলোচনী এখনৰ নাম -
গ্ৰীয়াৰচনৰ মতে,মাগধী অপভ্ৰংশ দৰাচলতে _____ টা দিশে গতি কৰিছে।
ড° সুনীতি কুমাৰ চট্টোপধ্যায়ৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
ড° উপেন্দ্ৰ নাথ গোস্বামীয়ে ৰচনা কৰা এখন গ্ৰন্থ -
ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
কোন চনত নামনি অসম আহোম সাম্ৰাজ্যৰ অন্তৰ্গত হয়?
অসমীয়া ভাষা উৎপত্তি সম্পৰ্কে প্ৰধানকৈ কেইটা মতবাদ পোৱা যায়?
প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?
লক্ষীনাথ বেজবৰুৱাক "ৰসৰাজ" উপাধি কোন চনত প্ৰদান কৰা হয়?
মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষাৰীতি অনুসৰি "সুন্দৰ" শব্দটো -