প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?

  গ্ৰীয়াৰচনৰ মতে,মাগধী অপভ্ৰংশ দৰাচলতে _____ টা দিশে গতি কৰিছে।

অসমীয়া ভাষা উৎপত্তি সম্পৰ্কে প্ৰধানকৈ কেইটা মতবাদ পোৱা যায়?

মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষাৰীতি অনুসৰি "সুন্দৰ" শব্দটো -

ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

লক্ষীনাথ বেজবৰুৱাক "ৰসৰাজ" উপাধি কোন চনত প্ৰদান কৰা হয়?

ড° উপেন্দ্ৰ নাথ গোস্বামীয়ে ৰচনা কৰা এখন গ্ৰন্থ -

কোন চনত নামনি অসম আহোম সাম্ৰাজ্যৰ অন্তৰ্গত হয়?

ড° সুনীতি কুমাৰ চট্টোপধ্যায়ৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা আলোচনী এখনৰ নাম -

Submit