আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল-
শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ’ল-
মণ্টেশ্বৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়-
শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিল-
বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল-
জীৱনদাতা পিতৃ-মাতৃতকৈও শিক্ষক সকলক অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল-
২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব-
অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল-
শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব-
“শিক্ষক সকলেই হ’ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা”- মতবাদটো আছিল-