35° কোনটো _____ কোণ
বৃত্তৰ পৰিধি আৰু তাৰ ব্যাসৰ অনুপাতক ______ বোলে।
এক ডজন কলমৰ দাম 480টকা হ'লে 6 টা কলমৰ দাম কিমান হব?
\(1\over20\)ক শতাংশত প্ৰকাশ কৰা?
18 ৰ মৌলিক উৎপাদক কেইটা কিকি?
88, 68, 48 এই শ্ৰেণীৰ চতুৰ্থ পদটো কি হব?
XVII চিহ্নইঅ কোনটো সংখ্যাক সূচায়?
ৰেডিয়ানেৰে কি জোখা হয়?
এটা সৰলকোণৰ মান?
সময় জোখাৰ প্ৰাথমিক একক কি?