\(1\over20\)ক শতাংশত প্ৰকাশ কৰা?

35° কোনটো _____ কোণ

ৰেডিয়ানেৰে কি জোখা হয়?

  এক ডজন কলমৰ দাম 480টকা হ'লে 6 টা কলমৰ দাম কিমান হব?

  বৃত্তৰ পৰিধি আৰু তাৰ ব্যাসৰ অনুপাতক ______ বোলে।

এটা সৰলকোণৰ মান? 

88, 68, 48 এই শ্ৰেণীৰ চতুৰ্থ পদটো কি হব?

18 ৰ মৌলিক উৎপাদক কেইটা কিকি?

XVII চিহ্নইঅ কোনটো সংখ্যাক সূচায়?

সময় জোখাৰ প্ৰাথমিক একক কি?

Submit