বৃত্ত এটাৰ ব্যাসাৰ্ধ R হ'লে, বৃত্তটোৰ কালি?
A. \(2\pi R\) বৰ্গ একক B. \(\pi R^2\) বৰ্গ একক C.\(2\pi R\) একক D. \(\pi R^2\) একক
শংকু এটাৰ ঘূৰণীয়া তলৰ ব্যাসাৰ্ধ R একক হ'লে, উচ্চতা H একক হ'লে, শংকুটোৰ আয়তন?
A. \({1\over3}{2\pi R^2H}\) ঘন একক B. \({2\over3}{2\pi R^2H}\) ঘন একক C.\({4\over3}{2\pi R^2}\) ঘন একক D. \({3\over4}{2\pi R^2H}\) ঘন একক
গোলক এটাৰ ব্যাসাৰ্ধ R হ'লে, গোলকটোৰ কালি?
A. \(4\pi R\) বৰ্গ একক B. \(4\pi R^2\) বৰ্গ একক C.\({4\over3}{2\pi R^3}\) ঘন একক D. \(16\pi R^2\) একক
বৃত্ত এটাৰ ব্যাসাৰ্ধ R=4 একক হ'লে, বৃত্তটোৰ পৰিধি?
A. \(8\pi R\) বৰ্গ একক B. \(\pi 16\) বৰ্গ একক C.\(8\pi\) একক D. \(16\pi\) একক
ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ যদি S হয়, ঘনকটোৰ মূঠ পৃষ্ঠ কালি -
A. \(12S^2\) বৰ্গ একক B. \(6S^2\) বৰ্গ একক C. \(S^3\)ঘন একক D. \(16S\) একক
গোলক এটাৰ ব্যাসাৰ্ধ R হ'লে, গোলকটোৰ আয়তন?
A. \(4\pi R\) বৰ্গ একক B. \(4\pi R^2\) বৰ্গ একক C.\({4\over3}{2\pi R^3}\) ঘন একক D. \(16\pi R^2\) একক
যদি চতুৰ্ভুজ এটাৰ দীঘ তাৰ প্ৰস্থতকৈ 5 চে.মি. বেছি হয় আৰু যদি ইয়াৰ কালি 24 বৰ্গ চে.মি. হয়, তেন্তে চতুৰ্ভুজটোৰ পৰিসীমা কিমান হব?
দুট সংখ্যাৰ লঃসাঃগুঃ 30 আৰু গঃসাঃগুঃ 5, ইয়াৰে এটা সংখ্যা 10 হ'লে আনটো সংখ্যা কিমান হব?
চুঙা এটাৰ ব্যাসাৰ্ধ Rএকক , উচ্চতা H একক হ'লে, চুঙাটোৰ আয়তন?
A. \(4\pi RH^2\) ঘন একক B. \(4\pi R^2H\) ঘন একক C.\({4\over3}{2\pi R^2H}\) ঘন একক D. \(\pi R^2H\) ঘন একক
3196.82-182+0.008=?