বৰাক নৈৰ অসম অংশত প্ৰায় ____ খন উপ-নৈ আছে।
ব্ৰহ্মপুত্ৰৰ নৈৰ অসম অংশত প্ৰায় ____ খন উপ-নৈ আছে।
অভ্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান ________।
ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল?
ব্ৰহ্মপুত্ৰৰ উৎস হ'ল _____ হিমবাহ
ভাৰতৰ আটাইতকৈ বেছি স্থলপথ থকা ৰাজ্যখন হ'ল ______
আলোপতি?
ভাৰতত প্ৰথম ৰেল চলিছিল ______ পৰা।
ভাৰতত ____টা প্ৰধান সাগৰীয় বন্দৰ আছে।
খৰালি চৰ-চাপৰিবোৰৰ বাবে নৈৰ পানী সৰু সৰু ভাগত বিভক্ত হৈ পৰে; নৈৰ এই ৰূপক ____ বোলে।