জে. পিয়াঁজে আছিল এজন _______
"শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো বিকাশৰ কথা বুজো" এই মন্তব্যটি কোনে আগবঢ়াইছিল।
UEE মানে কি?
অনুবন্ধন কেই প্ৰকাৰৰ?
ফলাফল নীতি আগবঢ়াইছিল _______।
অনুবন্ধন শিক্ষাৰ প্ৰৱৰ্তক কোন আছিল?
"মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা", এই উক্তিটো কাৰ?
অন্তদৰ্শন তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল?
ICT মানে হ'ল -
তলৰ কোনটো কম্পিউটাৰৰ অংশ নহয় ________।