________________ উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি।

বোধ স্তৰৰ মূল্যায়ণ পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়

যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান-

শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ-

মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা -

শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো-

বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি -

মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে-

মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি প্ৰয়োগ কৌশল সমূহ-

মননশীল স্তৰত শিক্ষকৰ ভূমিকা-

Submit