বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁ‌টা লাভ কৰা গ্ৰন্থখনৰ নাম?

অসমীয়া সাহিত্যত গীত-কবিতাৰ জনক বুলি কাক জনা যায়?

অসমীয়া ভাষাত শব্দ বিভক্তিৰ চিন কেইটা?

"প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ", প্ৰতিমা সন্দৰ্ভত কোনে এনেদৰে লিখিছিল?

"ৰ" কোনটো বিভক্তিৰ চিন?

তলৰ কোনখন নাট জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা নহয়?

Philosophy and India গ্ৰন্থখনৰ ৰচক?

পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা এখন আলোচনী?

জোনাকী কাকত খনৰ প্ৰথম সম্পাদক কোন আছিল?

লক্ষ্মীনাথ বেজবৰুৱাক "ৰসৰাজ" উপাধি কোন চনত প্ৰদান কৰা হৈছিল?

Submit