________ এ দুৰবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল।

পোংগল ______ ৰাজ্যৰ লোকসকলৰ এক কৃষিভিত্তিক উৎসৱ।

জাতীয় পতাকাৰ সেউজীয়া ৰংটো ______ৰ প্ৰতীক।

ওনাম উৎসৱ ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে পালন কৰে?

জাতিংগা পক্ষী উদ্যান অসমৰ ________ জিলাত আছে। 

অসমৰ ________  জিলাত অধিক চূণশিল পোৱা যায়

পাউৰুটি প্ৰস্তুত কৰোতে ব্যৱহাৰ হোৱা অনুজীৱ বিধৰ নাম?

______ তাৰিখে ত্ৰিৰংগ পতাকাখনে ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল।

______ এবিধ দূষিত পানীৰ বাবে হোৱা ৰোগ।

  ষ্টাৰলিং পৰিভ্ৰমী চৰাইবিধ ভাৰতৰ ______ ৰাজ্যৰ পৰা অসমলৈ আহে।

Submit