ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰ সলনি কৰিবৰ বাবে আটাইতকৈ কাৰ্যকৰী পন্থা হ'ল-

স্কুলৰ পৰিৱেশ ভাল কৰিবলৈ আপুনি কি কৰিব?

এজন শিক্ষকৰ তিনিটা প্ৰধান কাম হ'ল -

তলৰ কোনটো উক্তি শুদ্ধ?

শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয়?

শিশুৰ বিকাশৰ লগত তলৰ কোনটো আন্তঃসম্বন্ধীয় নহয়?

শিশুৰ মগজুক পৰিষ্কাৰ ফলিৰ লগত কোনে তুলনা কৰিছিল?

অনগ্ৰসৰ শিশুৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল-

এজন সফল শিক্ষকৰ গুণ হ'ল -

আধুনিক শিক্ষা পদ্ধতিৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল -

Submit