1350 বৰ্গ চেঃমিঃ পৃষ্ঠকালিৰ এটা ঘনকৰ বাহুৰ দৈৰ্ঘ হব?
যদি দুটা সংখ্যাৰ পূৰণফল 16, আৰু গঃসাঃগুঃ ২ হয় তেন্তে সিঁহতৰ লঃসাঃগুঃ হ'ব -
ABC এটা সমদ্বিবাহু ত্ৰিভুজৰ AB=BC আৰু AB=2CA; ত্ৰিভুজটোৰ অন্তঃকেন্দ্ৰ O ৰ পৰা AB বাহুৰ দুৰত্ব 6 চেঃমিঃ হ'লে, O পৰা BC বাহুৰ দুৰত্ব কিমান হব?
প্ৰতি 3 মাহৰ মুৰে মুৰে চক্ৰবৃদ্ধি সুতত বছৰি 8% হাৰে বছৰৰ শেষত 1800 টকাৰ দিবলগীয়া ধন হব?
যদি কিনো এটা সংখ্যাৰ একক, দহক আৰু শতকৰ অংককেইটা ক্ৰমে A,B আৰু C হয়, তেন্তে সংখ্যাটো হব -
ৰবিৰ দেউতাকৰ বৰ্তমান বয়স ৰবিৰ বয়সৰ 3 গুণ। 5 বছৰৰ আগতে দেউতাকৰ বয়স ৰবিৰ বয়সৰ 5 গুণ আছিল। ৰবিৰ দেউতাকৰ বৰ্তমান বয়স হব?
এজন মানুহে 4 দিনত ক্ৰমে 65 টকা, 70 টকা, 90 টকা আৰু 95 টকা উপাৰ্জন কৰে। তেওঁৰ গড় উপাৰ্জন কিমান হব?
এটা ট্ৰেপিজিয়ামৰ কালি 42 বৰ্গ চেঃমিঃ আৰু সমান্তৰাল বাহু এডালৰ দৈৰ্ঘ 10 চেঃমিঃ আৰু ইয়াৰ উচ্চতা 7 চেঃমিঃ হলে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ হ'ব -
এজন মানুহে তেখেতৰ দৰমহাৰ পৰা 75% খৰছ কৰে আৰু 15000টকা সাঁচে। তেওঁৰ দৰমহা কিমান হ'ব?
100 মিঃ দীঘল ৰে'ল বেগ ঘণ্টাত 120 কিঃমিঃ হ'লে এটা চিগনেল পোষ্ট পাৰ হওঁতে সময় লাগিব -