যদি দুটা সংখ্যাৰ পূৰণফল 16, আৰু গঃসাঃগুঃ ২ হয় তেন্তে সিঁহতৰ লঃসাঃগুঃ হ'ব - 

এজন মানুহে 4 দিনত ক্ৰমে 65 টকা, 70 টকা, 90 টকা আৰু 95 টকা উপাৰ্জন কৰে। তেওঁৰ গড় উপাৰ্জন কিমান হব?

যদি কিনো এটা সংখ্যাৰ একক, দহক আৰু শতকৰ অংককেইটা ক্ৰমে A,B আৰু C হয়, তেন্তে সংখ্যাটো হব -

100 মিঃ দীঘল ৰে'ল বেগ ঘণ্টাত 120 কিঃমিঃ হ'লে এটা চিগনেল পোষ্ট পাৰ হওঁতে সময় লাগিব -

  প্ৰতি 3 মাহৰ মুৰে মুৰে চক্ৰবৃদ্ধি সুতত বছৰি 8% হাৰে বছৰৰ শেষত 1800 টকাৰ দিবলগীয়া ধন হব?

এটা ট্ৰেপিজিয়ামৰ কালি 42 বৰ্গ চেঃমিঃ আৰু সমান্তৰাল বাহু এডালৰ দৈৰ্ঘ 10 চেঃমিঃ আৰু ইয়াৰ উচ্চতা 7 চেঃমিঃ হলে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ হ'ব -

এজন মানুহে তেখেতৰ দৰমহাৰ পৰা 75% খৰছ কৰে আৰু 15000টকা সাঁচে। তেওঁৰ দৰমহা কিমান হ'ব?

ABC এটা সমদ্বিবাহু ত্ৰিভুজৰ AB=BC আৰু AB=2CA; ত্ৰিভুজটোৰ অন্তঃকেন্দ্ৰ O ৰ পৰা AB বাহুৰ দুৰত্ব 6 চেঃমিঃ হ'লে, O পৰা BC বাহুৰ দুৰত্ব কিমান হব?

ৰবিৰ দেউতাকৰ বৰ্তমান বয়স ৰবিৰ বয়সৰ 3 গুণ। 5 বছৰৰ আগতে দেউতাকৰ বয়স ৰবিৰ বয়সৰ 5 গুণ আছিল। ৰবিৰ দেউতাকৰ বৰ্তমান বয়স হব?

1350 বৰ্গ চেঃমিঃ পৃষ্ঠকালিৰ এটা ঘনকৰ বাহুৰ দৈৰ্ঘ হব?

Submit