বিকাশৰ লক্ষন সমূহ -।

বীৰ পূজা বিকাশৰ কোনচোৱা কালত দেখা যায়?

শিশুৰ বিকাশৰ ধাৰা - ৰ পৰা সুনিৰ্দিষ্ট হয়।

অন্তদৰ্শন তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল?

বিকাশ আৰু বৃদ্ধি কোনটো কাৰকৰ ওপৰত নিৰ্ভৰশীল?

শিশুৰ সামাজিকীকৰণ কেতিয়াৰ পৰা আৰম্ভ হয়?

কোন চনত বিনে-চাইমনে বুদ্ধিৰ প্ৰথম অভীক্ষা আগবঢ়ায়?

শিশুৰ বিকাশ শব্দটোৱে শিশুৰ - দিশৰ বাঢ়ন প্ৰক্ৰিয়াৰ কথা বুজায়।

তলৰ কোনটো শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ  প্ৰাসংগিকতা নাই?

ফলাফল নীতি কোনে আগবঢ়াইছিল?

Submit