a, b স্বাভাৱিক সংখ্যা হ'লে a+b=b+a এই ধৰ্মটোক ____ বোলে।

তলৰ কোন দুটা যুৰীয় মৌলিক সংখ্যা নহয়?

\({3\over8}-{7\over12}=?\)

A. \(5\over24\) B. \(-4\over84\)  C. \(-5\over24\) D. \(4\over84\)

144 টা কলমৰ দাম 1152টকা হ'লে 5টা কলমৰ দাম কিমান হব?

Pটকা Tবছৰৰ বাবে R% সূতৰ হাৰত Tবছৰৰ পিছত সবৃদ্ধিমূল কিমান হব?

\({3\over5}+{4\over7}=?\)

A.   \(41\over 35\) B. \(12\over 35\) C.  \(43\over 35\) D. \(7\over 12\)

\(9\over4\) ক দশমিকত প্ৰকাশ কৰা?

স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত 1ৰ পূৰ্ব পদটো হ'ল ____।

তলৰ কোন দুটা সংখ্যা সহ-মৌলিক নহয়?

\({0.}\bar4\)পৰিমেয় আকাৰত প্ৰকাশ কৰা?

Submit