বৰ্তমানলৈকে উদ্ধাৰ হোৱা তামৰ শিলালিপিসমূহৰ ভিতৰত সবাতোকৈ প্ৰাচীন শিলালিপিখন হ'ল -

নিৰ্মলপ্ৰভা বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

মাটিৰ তলৰ খনিজ ইন্ধন গঠন হয় -

শিক্ষাৰ মান বৃদ্ধিৰ ক্ষেত্ৰত আৱশ্যকীয় পদক্ষেপ হ'ল -

Identify the complex sentense -

শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰ্টো হ'ল -

এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ 5 চেঃমিঃ হ'লে ত্ৰিভুজটোৰ উন্নতিৰ দৈৰ্ঘ হব

A. \(2\sqrt3\over3\) চেঃমিঃ       B. \(4\sqrt3\over3\) চেঃমিঃ C. \(5\sqrt3\over2\)চেঃমিঃ  D. \(5\sqrt3\over3\) চেঃমিঃ

এজন ক্ৰিকেটাৰে 6খন খেলত দখল কৰা উইকেটৰ সংখ্যা ক্ৰমে 1, 4, 4, 0, 3 আৰু 6 হ'লে, তেওঁ এখন খেলত গড়ে কেইটা উইকেট দখল কৰিছিল?

Due to ________ rainfall this year, the had to _______ cut in water supply.

শিশুৱে কোনো বস্তুৰ সংবেদন পোৱাটো নিৰ্ভৰ কৰে -

Submit