তলৰ কোনটো মাত্ৰিক শিকন সজুঁলি?
বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শিকাৰ ______ হ্ৰাস পায়।
পৰিৱেশ অধ্যয়ন শিকনৰ মূল লক্ষ্য হৈছে ?
তলত উল্লেখ কৰা কোনটো শিক্ষামূলক মঞ্চ ?
পৰিৱেশৰ কোনটো অংশৰ অধ্যয়নৰ বাবে ভাৰ্চুৱেল মিউজিয়াম(Virtual Museum)ক ICT সজুলি হিচাপে ব্যৱহাৰ কৰা হয়।
______ অবিহনে বৰ্তমান দূৰৱৰ্তী শিক্ষা ফলপ্ৰসূ নহয়।
নিম্ন উল্লিখিত কোনটো ক্ষেত্ৰৰ বাবে “প্ৰজেক্টৰ”ৰ ব্যৱহাৰ কৰা হয়?
পৰিৱেশৰ সম্পৰ্কীয় ক্ৰিয়া-কলাপ, পৰীক্ষা-নিৰীক্ষা ইত্যাদিৰ জ্ঞান প্ৰদান কৰিবলৈ তলৰ কোনটো এটা ভাল উপায়?
নিন্মোল্লিখিত কোনটো পৰিৱেশ অধ্যয়ন শিকনৰ বাবে UNCESCOয়ে নিৰ্ধাৰণ কৰি দিয়া ছয়টা লক্ষ্যৰ অন্তৰ্ভূক্ত নহয়?
শিক্ষণ প্ৰক্ৰিয়া বৃদ্ধিৰ উদ্দেশ্যে শিক্ষাত প্ৰযুক্তি ব্যৱহাৰক _________ বোলে।