নৰাচিগা বা পঃৰাগ অসমৰ কোন জনগোষ্ঠীৰ লোক উৎসৱ।
সোণালী বান্দৰ এবিধ _____ প্ৰাণী।
অসমৰ কোন জনগোষ্ঠিৰ লোকসকলে বিহুত হাইদাং আৰু হিলালী গীত গায়?
অসমৰ কোন অঞ্চলত বিহুক "বিষুৱা" বুলি কোৱা হয়?
চাহ জনগোষ্ঠীৰ লোকসকলে টুছু পুজা কোন কোন মাহৰ সংক্ৰান্তিৰ দিনা শেষ?
হিন্দু সকলে বুদ্ধক বিষ্ণুৰ ______ অৱতাৰ বুলি বিশ্বাস কৰে?
ভূ-পৃষ্ঠৰ _______% হ'ল পানী।
বায়ুত নাইট্ৰজেনৰ পৰিমাণ?
বহাগৰ গৰুবিহুৰ পাছৰ দিনটো মানুহ বিহু। নামনি অসমত এই বিহুক _____ বিহুও বোলা হয়।
______ এখন পক্ষী অভয়াৰণ্য।