ভাৰত চৰকাৰে উদাৰীকৰণ, বিশ্বায়ন আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে -
"স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ" এই উক্তিটো কাৰ
ৱেষ্ট ইণ্ডিজৰ ক্ৰান্তীয় ঘুৰ্ণিৰ নাম -
তলৰ কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় -
আটলাণ্টিক চনদ কোন চনত স্বাক্ষৰিত হৈছিল ?
বাৰ্মুদা ______ৰ সুন্দৰ উদাহৰণ?
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
আহোম স্বৰ্গদেউ চুক্ৰামফাক কি নামেৰে জনা যায়?
প্ৰাথমিক শিল নিন্মোক্ত প্ৰক্ৰিয়াৰ ফলত গঠন হয় -
ৰাষ্ট্ৰসংঘৰ চনদত প্ৰথমে চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা -