বিদ্যালয়ৰ শিক্ষক-অভিভাৱকৰ সতে এজন শিক্ষক হিচাপে আপুনি -
সম্পদ আহৰণৰ ক্ষেত্ৰত আপুনি কি বিচাৰিব
জ্ঞান, অভিজ্ঞতা আৰু গৱেষণাৰ উপৰি শিক্ষাদানত আৰু কিহৰ প্ৰয়োজন?
শ্ৰেণী কোঠাত পাঠদান কৰি থাকোঁতে, শিক্ষকজন থিয় হৈ থাকিব লাগে
যদি চোকা বুদ্ধিৰ ছাত্ৰ এজনে শ্ৰেণীত বিশৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া আপুনি -
এজন শিক্ষক হিচাপে ধৰ্মঘট সম্পৰ্কে আপোনাৰ ধাৰণা -
শ্ৰেণীকোঠাৰ পৰিৱেশ শান্ত হৈ থাকে, যেতিয়া -
এজন ছাত্ৰক শাস্তি প্ৰদান কৰা পিছত আপুনি গম পালে যে ছাত্ৰ্জন নিৰ্দোষী আছিল, তেনে অৱস্থাত আপুনি কি কৰি
প্ৰশ্ন আৰু উত্তৰৰ কৌশলৰ জনক?
এজন সফল শিক্ষক নিশ্চয়কৈ হোৱাৱ উচিত