প্ৰশ্ন আৰু উত্তৰৰ কৌশলৰ জনক?

এজন ছাত্ৰক শাস্তি প্ৰদান কৰা পিছত আপুনি গম পালে যে ছাত্ৰ্জন নিৰ্দোষী আছিল, তেনে অৱস্থাত আপুনি কি কৰি

শ্ৰেণী কোঠাত পাঠদান কৰি থাকোঁ‌তে, শিক্ষকজন থিয় হৈ থাকিব লাগে

এজন শিক্ষক হিচাপে ধৰ্মঘট সম্পৰ্কে আপোনাৰ ধাৰণা -

এজন সফল শিক্ষক নিশ্চয়কৈ হোৱাৱ উচিত

শ্ৰেণীকোঠাৰ পৰিৱেশ শান্ত হৈ থাকে, যেতিয়া -

জ্ঞান,  অভিজ্ঞতা আৰু গৱেষণাৰ উপৰি শিক্ষাদানত আৰু কিহৰ প্ৰয়োজন?

যদি চোকা বুদ্ধিৰ ছাত্ৰ এজনে শ্ৰেণীত বিশৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া আপুনি -

বিদ্যালয়ৰ শিক্ষক-অভিভাৱকৰ সতে এজন শিক্ষক হিচাপে আপুনি -

সম্পদ আহৰণৰ ক্ষেত্ৰত আপুনি কি বিচাৰিব

Submit