1. তলৰ কোনটো উপভাষা সৃষ্টিৰ কাৰণ নহয়?  

2. "সাগৰ দেখিছা" গ্ৰন্থ খনৰ লেখক কোন?

3. মাধৱ দেৱে ৰচনা কৰা ঘোষাৰ কিমান সংখ্যক তেওঁ নিজে ৰচনা কৰা?

4. ভৱেন্দ্ৰ নাথ শইকীয়াই ৰজত কমল বঁটা লাভ কৰা প্ৰথম ছৱিখন কি আছিল?

5. তলৰ কোনখন শ্ৰীমন্ত শংকৰ দেৱৰ ৰচিত অংকীয়া নাট নহয়?

6. কোহোঁকলি গ্ৰন্থ খনৰ লেখক কোন আছিল?

7. তলৰ কোনখন শ্ৰীমন্ত শংকৰ দেৱৰ অনুবাদ গ্ৰন্থ?

8. "বন ফৰিঙৰ ৰং" গ্ৰন্থখনৰ লেখক কোন?

9. _________ উপভাষাটোক দেশী কথা বুলিও কোৱা হয়।

10. ড° উপেন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰা অনুসৰি কামৰূপী উপভাষাৰ ৰূপ কেইটা?

Submit