বিদ্যালয়ৰ শিক্ষক-অভিভাৱকৰ সতে এজন শিক্ষক হিচাপে আপুনি -
এজন ছাত্ৰই একেৰাহে দুবাৰ একেটা শ্ৰেণীতে অকৃতকাৰ্য হ'ল। শ্ৰেণী শিক্ষক হিচাপে তেনে অৱস্থাত আপোনাৰ দ্বায়িত্ব হব?
যদি কোনো ছাত্ৰই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে তেতিয়া -
যদি কোনোবাই আপোনাৰ দৃষ্টিভংগীক সমৰ্থন নকৰে তেতিয়া?
শিক্ষকতা বৃত্তিয়ে প্ৰদান কৰে -
শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, 2009 ভাৰতত বলৱৎ হয়
"শিশুৰ বিকাশত প্ৰভাৱ পেলোৱা সকলো কাৰককে "পৰিৱেশ" আৰু "বংশানুক্ৰম" এই দুটা ভাগত ভাগ কৰিব পৰা যায়" এই মন্তব্যটো কাৰ?
নিযুক্তিৰ আগতে টেট পৰীক্ষা অপৰিহাৰ্য-
গাড়ী পলম হোৱাৰ বাবে আপোনাৰ স্কুল পাওতে দেৰি হব, তেনে অৱস্থাত আপুনি কি কৰিব?
যদি আপোনাক বিদ্যালয়ৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটো লবলৈ দিয়া হয়, তেতিয়া আপুনি কেনে অনুভৱ কৰিব?