জাতিসংঘৰ সৃষ্টিৰ পৰামৰ্শদাত কোন আছিল?
লোক সভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে?
লোকসভা যিকোনো সময়তে ভংগ কৰিব পাৰে ______
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ এক-তৃতীয়াংশ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে প্ৰত্যেক ____ বছৰৰ পিছত।
সদনত বিলৰ শ্ৰেণীবিভাজন কৰে _______
লোকসভাৰ থূল গঠন হয় -
ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ?
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিস্থাপক আছিল?
ভাৰতত এক দলীয় অধিপত্যৰ যুগ আৰম্ভ হৈছিল?
আন্তঃজাৰ্তিক শিশুকল্যান অনুষ্ঠানটোৰ নাম কি?