লোকসভাৰ থূল গঠন হয় -

 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ এক-তৃতীয়াংশ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে প্ৰত্যেক ____ বছৰৰ পিছত।

সদনত বিলৰ শ্ৰেণীবিভাজন কৰে _______

লোক সভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে?

জাতিসংঘৰ সৃষ্টিৰ পৰামৰ্শদাত কোন আছিল?

 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিস্থাপক আছিল?

ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ?

লোকসভা যিকোনো সময়তে ভংগ কৰিব পাৰে ______

আন্তঃজাৰ্তিক শিশুকল্যান অনুষ্ঠানটোৰ নাম কি?

 ভাৰতত এক দলীয় অধিপত্যৰ যুগ আৰম্ভ হৈছিল?

Submit