শিশুৰ বাবে খেলা-ধূলা কিয় আৱশ্যকীয়?
সমাযোজনৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ?
মাধ্যমিক স্তৰত বহুমুখী বিদ্যালয়ৰ পৰামৰ্শ - আয়োগে আগবঢ়াইছিল?
শিক্ষাৰ আটাইতকৈ পুৰণি তত্বটো হ'ল -
আপোনাৰ শ্ৰেণীত যদি এটা শিশুৱে মিছা মাতিছে, তেতিয়া আপুনি কি কৰিব?
তলৰ কোনটো সংজ্ঞানাত্মক দিশৰ নীতিগত ব্যৱস্থাপনাৰ পৰ্যায় নহয়?
শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতি কোনটো?
বুদ্ধি হৈছে ব্যক্তিৰ এক গতিশীল সমাযোজন ক্ষমতা - এই সংজ্ঞাটো আগবঢ়াইছিল?
বিজ্ঞান শিক্ষাত সঁজুলি আৱশ্যকীয় -
শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে শিশুক তেওঁৰ ক্ষমতা সমূহ বিকাশ কৰাত সহায় কৰে। এই সূত্ৰটো হ'ল