ভূঞা শব্দৰ অৰ্থ হ'ল_______ ।
দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল _______।
ৰামচৰিত মানস কোনে ৰচনা কৰিছিল _______।
মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল _______ প্ৰকাৰৰ।
আহোমসকল অসমলৈ আহিছিল _______ শতিকাত।
_______ নৰনাৰায়ণ নাম লৈ ৰজা হৈছিল।
_______ চনত আহোম ৰাজ্য বৃটিছৰ অধীনলৈ আহিছিল।
১ঃ২৫,০০০ এনেদৰে প্ৰকাশ কৰা মানচিত্ৰ অংকনৰ স্কেলবিধ হ'ল _______।
আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল ___________।
ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ প্ৰায় _______।