আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল ___________।

 _______ চনত আহোম ৰাজ্য বৃটিছৰ অধীনলৈ আহিছিল।

_______ নৰনাৰায়ণ নাম লৈ ৰজা হৈছিল।

মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল _______ প্ৰকাৰৰ।

১ঃ২৫,০০০ এনেদৰে প্ৰকাশ কৰা মানচিত্ৰ অংকনৰ স্কেলবিধ হ'ল _______।

 ভূঞা শব্দৰ অৰ্থ হ'ল_______ ।

আহোমসকল অসমলৈ আহিছিল _______ শতিকাত।

দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল _______।

ৰামচৰিত মানস কোনে ৰচনা কৰিছিল _______।

ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ প্ৰায় _______।

Submit