ভাৰতৰ আটাইতকৈ প্ৰাচীন, চহকী আৰু গভীৰ সোণৰ খনিটো হ'ল _______
ভাৰতীয় সংবিধানৰ কোনটো অনুবন্ধত মৌলিক কৰ্তব্য অন্তৰ্ভূক্ত কৰা হৈছে?
"দেশবন্ধু" বুলি কাক জনা যায়
আৰ্যসকলৰ প্ৰাৰম্ভিক ভাষা আছিল ?
মধ্যযুগত ভাৰতত বিকাশ হোৱা এটি ভাষা
জীৱৰ শ্ৰেণী বিভাজন কৰা বিজ্ঞানৰ নাম -
মেকমোহন লাইনে ভাৰত আৰু ______ ৰ মাজৰ সীমাৰেখা চিহ্নিত কৰিছে?
"সীমান্ত গান্ধী" বুলি কাক জনা যায়?
তলৰ কোনটো সংস্থা নাগৰিক চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত?
ব্ৰঞ্জ হ'ল __________ৰ মিশ্ৰণ।