মধ্যযুগত ভাৰতত বিকাশ হোৱা এটি ভাষা

  ব্ৰঞ্জ হ'ল __________ৰ মিশ্ৰণ।

ভাৰতৰ আটাইতকৈ প্ৰাচীন, চহকী আৰু গভীৰ সোণৰ খনিটো হ'ল _______

  ভাৰতীয় সংবিধানৰ কোনটো অনুবন্ধত মৌলিক কৰ্তব্য অন্তৰ্ভূক্ত কৰা হৈছে?

জীৱৰ শ্ৰেণী বিভাজন কৰা বিজ্ঞানৰ নাম -

মেকমোহন লাইনে ভাৰত আৰু ______ ৰ মাজৰ সীমাৰেখা চিহ্নিত কৰিছে?

তলৰ কোনটো সংস্থা নাগৰিক চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত?

"সীমান্ত গান্ধী" বুলি কাক জনা যায়?

"দেশবন্ধু" বুলি কাক জনা যায়

আৰ্যসকলৰ প্ৰাৰম্ভিক ভাষা আছিল ?

Submit