“এমিল”(Emile) গ্ৰন্থখনৰ শ্ৰষ্টা আছিল-
বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল-
মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল-
১৮৮৫ চনত এমিল ক্ৰেপেলিন নামৰ মনোবিদ গৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল-
বুদ্ধি পৰিমাপনৰ প্ৰথম অভীক্ষাৰ উদ্ভাৱক আছিল-
“যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্বেও নিম্ন শ্ৰেণীৰ কামকাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু”- মতবাদটো আছিল-
অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল-
যিবোৰ শিশুৰ বিকাশ খৰকটীয়া নহয়, খুৱ লাহে লাহে শিকে, তেওঁলোকক কোৱা হয়-
ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ ‘Personality’ শব্দটো লেটিন ভাষাৰ-
“মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা, অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব”- উক্তিটো আগবঢ়াইছিল-