\(6\over24\)  ৰ সমতূল্য ভগ্নাংশ কোনটো

A. \(1\over4\)     B.  \(30\over 44\)         C. \(24\over 100\)          D.\(24\over 6\)

৩৫ আৰু ৩৬ৰ গঃসাঃউঃ হ’ব

তলৰ কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই

তলৰ কোনটো সংখ্যাক এটা ত্ৰিভুজ হিচাপে দেখুৱাব পাৰি

X সংখ্যাটো মৌলিক সংখ্যা বুলি কোৱা হয়, যদি

আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো হ’ল

\( 75^2-25^2\) ?

তলৰ কোনটো উক্তি শুদ্ধ

তলৰ কোনটো অপৰিমেয় সংখ্যা -

A.   \(7\sqrt3\)                B    \(1 \over 11\)         C   \(3 \over 7\)        D  \(1 \over 21\)

Submit